অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

নেতাহীন থাওৰাত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় সম্পাদক বিকাশ উপাধ্যায়

0

ৰাষ্ট্ৰীয় নেতা জনে ডিমৌৰ ৰাজীৱ ভৱনত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। দলীয় কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে সমষ্টিৰ সদস্যসকলৰ সৈতে বিধায়ক সুশান্ত বৰগোহাঁইক তীব্ৰ সমালোচনা কৰে। লগতে বিকাশ উপাধ্যায়ে কয় যে সুশান্ত বৰগোহাঁই এজন বেইমান । কংগ্ৰেছ দলৰ টিকটত বিজয়ী হৈ এতিয়া ব্যক্তিগত স্বাৰ্থতে বিজেপি দলত যোগদান কৰিছে বুলি মন্তব্য কৰে।লগতে ৰাষ্ট্ৰীয় নেতা জনে কয় যে কংগ্ৰেছ দলে সুশান্ত বৰগোহাঁইক যুৱ নেতা হিচাপে বহু দিলে।
ইয়াৰ পিছতো দলক তেওঁ বিশ্বাস ঘাটক কৰিলে। ইফালে দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ আগত কোনো দিন কংগ্ৰেছ এৰি নাযাওঁ বুলি কৈ দলৰ কৰ্মী সকলক অন্ধকাৰত ৰাখি ৰাষ্ট্ৰীয় নেতৃত্বক মিছা কথা কৈ দল বাগৰা সুশান্তক আগন্তুক উপ নিৰ্বাচনত সমষ্টিবাসীয়ে উচিত শিক্ষা দিব বুলি বিকাশ উপাধ্যায়ে আশা ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.