অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

উত্তৰ প্ৰদেশ বিজেপিত পুনৰ মুখ্যম আঘাত

0

উত্তৰ প্ৰদেশ বিজেপিত পুনৰ মুখ্যম আঘাত। ৩ দিনত কবিনেট মন্ত্ৰী, বিধায়ককে ধৰি মুঠ ৭ জনে ত্যাগ কৰিলে বিজেপি। অতি শেহতীয়াকৈ শিকোহাবাদৰ উত্তৰ প্ৰদেশৰ বিধায়ক মুকেশ বাৰ্মাই পদত্যাগ কৰিছে। দাৰা সিং আৰু স্বামী প্ৰসাদ মৌৰ্যৰ দৰে মুকেশ বাৰ্মাই বিজেপিৰ বিৰুদ্ধে উত্থাপিত কৰিছ গুৰুতৰ অভিযোগ। তেওঁলোকৰ মতে ৰাজ্যখনত বিজেপি চৰকাৰে দলিত, পিছপৰা আৰু সংখ্যালঘুসকলক উপেক্ষা কৰিছে। উল্লেখ্য যে যোৱা ৩ টা দিনত ৰাজ্যখনত বিজেপি ত্যাগৰ ঢৌ উঠিছে। উল্লেখ্য যে বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যই বিজেপিৰ পৰা পদত্যাগ কৰি চাঞ্চল্যৰ সৃষ্টিকৰিছিল। ইয়াৰ পিছতে তেওঁৰ পিছে পিছে বিধায়ক অৱতাৰ সিং ভাদানা, তিন্দৱাৰীৰ বিধায়ক ব্ৰজেশ প্ৰজাপতি, তিলহাৰৰ ৰোশন লাল বাৰ্মা বিলহাউৰৰ ভাগৱতী সাগৰ, বিধুনাৰ বিনয় কুমাৰ চনিয়াই পদত্যাগ কৰিছে।

Leave A Reply

Your email address will not be published.