অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

ডিব্ৰুগড়ৰ আৰক্ষী জালত শ্বাহিদ খান আৰু শক্তি সিং নামৰ দুজন জুৱাৰী

0

ৰাজ্যত আই পি এলৰ নামত ৰমৰমীয়া জুৱাৰ বেহা।অনলাইনৰ যোগেৰে চলে আইপিএলৰ প্ৰতিখন খেলৰ নামত জুৱা।ডিব্ৰুগড়ৰ আৰক্ষী জালত শ্বাহিদ খান আৰু শক্তি সিং নামৰ দুজন জুৱাৰী।নিশা ডিব্ৰুগড় আৰক্ষীয়ে চহৰখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই দুজন আইপিএল জুৱাৰীক।আই পি এলৰ এই জুৱাৰ সৈতে আৰু লোক জড়িত হৈ থকাৰো কথা উল্লেখ কৰিছে ডিব্ৰুগড় আৰক্ষী অধীক্ষকে।।

Leave A Reply

Your email address will not be published.