অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

আজি হেঁপাহৰ ভোগালী বিহু

0

আজি পুহ আৰু মাঘৰ সংক্ৰান্তি। প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনটোত পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। আঘোনত খেতি চপাই ভোগালীৰ উৰুকাত সকলোৱে লগে ভাগে এসাজ খাই আজি হেঁপাহৰ বিহুটিক আদৰিছে সকলোৱে।

কোৰোণাৰ এনে ভয়াৱহতাৰ সময়তো সকলো ধৰণৰ ৰীতি নীতিৰ মাজেৰে ভোগালীক আদৰিছে ৰাজ্যবাসীয়ে।  ৰাজ্যখনৰ প্ৰতিটো অঞ্চলত নিৰ্মাণ কৰা বিভিন্ন আৰ্হিৰ মেজিবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ মাঘৰ বিহুৰ দিনা পুৱা মেজিৰ ওচৰত সেৱা কৰি কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লৈ পিঠা-পনা খাই আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেকা গাভৰুৱে বিহুনাম গাই হেঁপাহৰ বিহুটিক আদৰিছে।

Leave A Reply

Your email address will not be published.