অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা

 আজি পৱিত্ৰ গণেশ চতুৰ্থী

0

 আজি পৱিত্ৰ গণেশ চতুৰ্থী। সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গণেশ চতুৰ্থী। সমান্তৰালভাৱে অসমতো পালন কৰা হৈছে গণেশ চতুৰ্থী।গণেশৰ মন্ত্ৰোচ্চাৰনেৰে মুখৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰ। পুৱাৰে পৰা ৰাজ্যৰ গণেশ মন্দিৰ সমূহত দেখা পোৱা গ’ল ভক্তৰ লানি নিচিগা ভিৰ। বিঘ্নেশ্বৰ দেৱতাৰ বিশ্বজুৰি চলিছে পূজা অৰ্চনা  । গণেশ পূজাৰ পিছতে হিন্দু ধৰ্মলম্বী লোকৰ আন আন পূজা আৰম্ভ হয় .

Leave A Reply

Your email address will not be published.