অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

ছীল হ’ল বিশ্বনাথ চাৰিআলিৰ বিশাল মেগা মাৰ্ট

0

ছীল হ’ল বিশ্বনাথ চাৰিআলিৰ বিশাল মেগা মাৰ্ট৷ সোমবাৰে নিশা বিশ্বনাথ জিলা প্ৰশাসনে ছীল কৰিলে বিশালৰ বিশ্বনাথ চাৰিআলিৰ বিপণী৷ দিনৰ ভাগত অত্যধিক ভিৰ হোৱা বিশাল মাৰ্কেট বন্ধ কৰি তলা লগাই দিছিল আৰক্ষীয়ে৷ কোভিড প্ৰটকল নমনাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ব্যৱসায়িক কাম–কাজ চলাই থকাৰ সময়তে আৰক্ষীয়ে আহি বন্ধ কৰি দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখন৷

একে সময়তে বহু লোকৰ সমাগম হোৱাৰ লগতে মুখত মাস্ক পৰিধান নকৰাৰ বাবেই বন্ধ কৰি দিয়া হ’ল শ্বপিং মলখন৷ ইফালে গ্ৰাহকৰ লগতে বিশাল মাৰ্টৰ একাংশ কৰ্মচাৰীয়েও মাস্ক পৰিধান নকৰাৰ অভিযোগ উঠিছে৷ আনহাতে, নিশাৰ ভাগত জিলা উপায়ুক্তৰ নিৰ্দেশৰ ভিত্তিত দণ্ডাধীশৰ উপস্থিতিত অনিৰ্দিষ্ট কাললৈকে ছীল কৰা হ’ল বিশাল মেগা মাৰ্ট৷

ইফালে পূজাৰ বতৰত কঠোৰ হৈছে আৰক্ষী৷ প্ৰতিখন দোকান-শ্ব’পিং মলত চোকা নজৰ ৰাখিছে আৰক্ষীয়ে৷ হেলমেট পৰিধান নকৰাসকলৰ পৰা সংগ্ৰহ কৰিছে জৰিমনা৷ মাস্ক পৰিধান নকৰি পুজা চাবলৈ অহা লোককো বিহিছে জৰিমনা৷

Leave A Reply

Your email address will not be published.