অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে জাৰি কৰিছে নতুন SOP

0

কাইলৈ ষষ্ঠী! শাৰদীয় দুৰ্গা পূজাৰ আনন্দত মতলিয়া ৰাজ্যবাসী। ভিৰ বাঢ়িছে বজাৰত। পিছে এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে পূজা চাব লাগিব ৰাজ্যবাসীয়ে। ইতিমধ্যে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে কেতবোৰ বহু নীতি-নিৰ্দেশনা।

দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্য চৰকাৰৰ ইতিমধ্যে জাৰি কৰিছে নতুন SOP।

  • পুজা মণ্ডপ আহল বহল হ’ব লাগিব ৷ প্ৰৱেশ আৰু প্ৰস্থান বেলেগ হ’ব লাগিব ৷
  • পুজা মণ্ডপ সন্দেহজনক হ’লে জিলা প্ৰশাসনে টেষ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিব। স্বেচ্ছাসেৱী, পুৰোহিত সকলোৱে এপালি ভেকচিন লব লাগিব।
  • প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গাপূজা পালন কৰি অহা পূজা কমিটী/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক’ভিড প্ৰট’কলৰ বিষয়ে অৱগত কৰিব।
  • জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰি দুৰ্গা পূজা আয়োজন কৰিব পাৰিব। একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাস দিব লাগিব।
  • ইতিহাস প্ৰসিদ্ধ ধৰ্মীয়স্থলত একেসময়তে ৬০জন ভক্তই কৰিব পাৰিব প্ৰৱেশ।
  • সম্পূৰ্ণ দুটা ভেকচিন লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মণ্ডপত।
  • অন্য ধৰ্মীয় স্থানত একেসময়তে ৪০জন লোকেহে কৰিব পাৰিব প্ৰৱেশ
  • পূজা পেণ্ডেল সমূহতো দুটা ভেকচিন লোৱাসকলকহে প্ৰৱেশত অনুমতি
Leave A Reply

Your email address will not be published.