অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা

এছচিয়েছন অৱ কিউটেনিয়াছ ছাৰ্জনছ অৱ ইণ্ডিয়াৰ গুৱাহাটীত সদ্যনোষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিৰ পদত অধিষ্ঠিত হয় ডাঃ শ্যামন্ত বৰুৱা ।

0

অসমৰ আগশাৰীৰ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ শ্যামন্ত বৰুৱা এছচিয়েছন অৱ কিউটেনিয়াছ ছাৰ্জনছ অৱ ইণ্ডিয়াৰ গুৱাহাটীত সদ্যনোষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিৰ পদত অধিষ্ঠিত হয়। এছচিয়েছন অৱ কিউটেনিয়াছ ছাৰ্জনছ অৱ ইণ্ডিয়া হৈছে ছালৰ বিভিন্ন সমস্যাৰ আধুনিক অস্ত্ৰোপচাৰ আৰু নান্দনিকতাৰ ক্ষেত্ৰৰ বৈজ্ঞানিক বিকাশ, প্ৰশিক্ষণ আৰু গবেষণাৰ সৈতে জড়িত মুখ্য সংগঠন।  ডাঃ শ্যামন্ত বৰুৱা হৈছে এনে ৰাষ্ট্ৰীয় চৰ্মৰোগ সংগঠনৰ সভাপতি নিৰ্বাচিত হোৱা অসম তথা সমগ্ৰ উত্তৰ পূব ৰাজ্যৰ প্ৰথম জন চৰ্মৰোগ বিশেষজ্ঞ। ডাঃ বৰুৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ চৰ্মৰোগ বিভাগৰ মূৰব্বী অধ্যাপকৰূপে কৰ্মৰত।

Leave A Reply

Your email address will not be published.