অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ (LGBI Airport) আজিৰে পৰা হ’ল আদানী গ্ৰুপ (Adani Group)ৰ

0

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ (LGBI Airport) আজিৰে পৰা হ’ল আদানী গ্ৰুপ (Adani Group)ৰ। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (AAI) যোৱা নিশা ১২ বজাত হস্তান্তৰ কৰে আদানী এয়াৰপোৰ্ট লিমিটেডৰ হাতত। নিশা বাৰ বজাত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ  বিষয়ববীয়া সকলে আনুষ্ঠানিকভাৱে আদানী গ্ৰুপৰ হাতত চমজাই দিয়ে বৰঝাৰ বিমানবন্দৰৰ ছাবিকাঠি।

বিমানবন্দৰৰ ভিতৰচোৱাত নিশাৰ ভাগত অসমৰ থলুৱা কৃষ্টি-সংস্কৃতি প্ৰদর্শন কৰি দায়িত্ব ভাৰ গ্ৰহণ কৰে আদানী এয়াৰপোৰ্ট লিমিটেডে। আজিৰে পৰা আদানী গ্রুপৰ হাতত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ যাৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বহু কৰ্মচাৰীয়ে দুখ প্ৰকাশ কৰি আজিৰ দিনটো অসম তথা ভাৰত বৰ্ষৰ বাবে আজিৰ দিনটো ক’লা দিন হিচাবে পালন কৰে।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধীনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰেও ১৯৫৮ চনৰ পৰাই সেৱা আগবঢ়াই আহিছিল। এতিয়া আদানী গ্ৰুপৰ হাতত বৰঝাৰ বিমানবন্দৰ ৫০ বছৰৰ বাবে গতাই দিয়াত দুখ প্ৰকাশ কৰি ক’লা দিৱস হিচাবে পালন কৰে বহু সংখ্যক কৰ্মচাৰীয়ে।

Leave A Reply

Your email address will not be published.