অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা

শাৰ্দুল ঠাকুৰৰ বেট… চেহৱাগে য’তে বিচাৰে তাত ৰেকৰ্ড ভংগ হৈছে

0

টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ চতুৰ্থ খন খেলৰ প্ৰথম ইনিংছত বিস্ফোৰক বেটিং কৰি ওভালত অনুষ্ঠিত টেষ্ট মেচখনত ৩৫ টা বলত ৫৭ ৰাণ সংগ্ৰহ কৰে। শাৰদুলে তেওঁৰ ইনিংছত ৭ টা চাৰি আৰু ৩ টা ছয় মাৰিছিল।

শাৰদুলে তেওঁৰ কেৰিয়াৰৰ দ্বিতীয় অৰ্ধশতক মাত্ৰ ৩১ টা বলত সম্পূৰ্ণ কৰিছিল। শাৰ্দুল টেষ্টত ভাৰতৰ হৈ দ্বিতীয় দ্ৰুততম অৰ্ধশতক সংগ্ৰহকাৰী হৈ পৰিছে। এক নম্বৰ হৈছে অলৰাউণ্ডাৰ কপিল দেৱ। তেওঁ ১৯৮২ চনত পাকিস্তানৰ বিৰুদ্ধে ৩০ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল। শাৰ্দুলে প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগৰ অভিলেখ ভংগ কৰিছে। চেহৱাগে ২০০৮ চনত চেন্নাইত ৩২ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল।

Leave A Reply

Your email address will not be published.