অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীলৈ জনালে ভোগালী বিহুৰ শুভেচ্ছা

0

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীলৈ জনালে ভোগালী বিহুৰ শুভেচ্ছা। টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই লিখিছে,-আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছো। মই প্ৰাৰ্থনা কৰোঁ যে এই উৎসৱে সকলোৰে জীৱন সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰি তোলক।

আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও টুইটাৰৰ জৰিয়তে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ টুইটাৰত লিখিছে, অসমৰ জাতীয় পৰম্পৰাৰ অন্যতম আধাৰ হৈছে আমাৰ বাপতি সাহোন মাঘ বিহু। চহকী ঐতিহ্যৰে সমৃদ্ধ ভোগালী বিহু আমাৰ জাতীয় জীৱনৰ এক সংপৃক্ত অংগ। ভোগালীৰ উলাহে সকলোৰে মনলৈ ন উদ্যম আৰু প্ৰাণলৈ কঢ়িয়াই আনক সঞ্জীৱনী শকতি, তাৰেই কামনাৰে অসমবাসীলৈ ভোগালী বিহুৰ ওলগ আৰু শুভেচ্ছা যাচিলোঁ৷

Leave A Reply

Your email address will not be published.