অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

একেহাৰে দাম বাঢ়ি আছে পেট্ৰ’ল-ডিজেলৰ

0

সাধাৰণ জনতাৰ পকেটত ৰাহি হোৱা নাই ধন! একেহাৰে দাম বাঢ়ি আছে পেট্ৰ’ল-ডিজেলৰ। চৰকাৰী তেল কোম্পানীয়ে আজি একেৰাহে নৱম দিনৰ বাবে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিলে। আজি দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৩০ পইচা বৃদ্ধি পালে। সেইদৰে ডিজেলৰ দামত বৃদ্ধি পালে ৩৫ পইচা।

গুৱাহাটী মহানগৰীত আজিৰ দিনটোত ৫৪ পইচা বৃদ্ধিৰে প্ৰতিলিটাৰ ডিজেলৰ দাম হ’লগৈ ৯২.২৭ টকা। সেইদৰে ৫০ পইচা বৃদ্ধিৰে গুৱাহাটীত আজি চেঞ্চুৰী কোবালে পেট্ৰলে। মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক, ওড়িশ্যা, জম্মু-কাশ্মীৰ আৰু উত্তৰ প্ৰদেশত পেট্ৰ’লৰ দামে ১০০ৰ ঘৰ স্পৰ্শ কৰিলে। মুম্বাইত সৰ্বাধিক পেট্ৰ’লৰ দাম। উল্লেখ্য যে, ৰাজ্যসমূহত পেট্ৰ’ল আৰু ডিজেলৰ দামত প্ৰাৰ্থক্য থকাৰ কাৰণ হৈছে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বেলেগ বেলেগ ধৰণে টেক্স লগায়।

Leave A Reply

Your email address will not be published.