অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

এক ভয়ংকৰ ভূমিকম্পই কঁপাই যায় পাকিস্তান

0

বৃহস্পতিবাৰে পুৱতিনিশা এক ভয়ংকৰ ভূমিকম্পই কঁপাই যায় পাকিস্তান। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭। পাকিস্তানৰ দক্ষিণ অংশ কঁপি উঠে এই ভূঁইকঁপত। কমেও ১৫–২০জন লোকৰ মৃত্যু হৈছে এই ভূমিকম্পৰ ফলত। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভূমিকম্পৰ উৎপত্তিস্থল আছিল পাকিস্তানৰ কুৱেট্টাৰ পৰা ১০২ কিলোমিটাৰ উত্তৰ–পূবত। পুৱতিনিশা সকলো লোক শুই থকাৰ সময়তে হোৱা ভূমিকম্পত ক্ষতিসাধন হয় বহু ঘৰৰ।

ভূমিকম্পত আটাইতকৈ বেছি ক্ষতি হৈছে বেলুচিস্তান প্ৰদেশৰ পাহাৰেৰে আৱৰা চহৰ হাৰনাইত। বিদ্যুৎ আৰু মোবাইল ফোন সেৱাও বিপৰ্যস্ত হৈ পৰে। আমেৰিকাৰ জিঅ’লজিকেল ছাৰ্ভেৰ ফালৰ পৰা জনোৱা হৈছে, ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭।

Leave A Reply

Your email address will not be published.