অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

এটা পৰম্পৰা ৰক্ষাৰ বাবে এদিনতে প্ৰাণ দিবলগীয়া হৈছে ১৪০০ৰো অধিক ডলফিনে

0

এটা পৰম্পৰা ৰক্ষাৰ বাবে এদিনতে প্ৰাণ দিবলগীয়া হৈছে ১৪০০ৰো অধিক ডলফিনে। ডেনমাৰ্কৰ অধীনৰ ফাৰো দ্বীপ (Faroe Islands)ত পুৰণি পৰম্পৰাগত (Old Tradition) প্ৰথা অনুযায়ী ১৪২৮টা সাগৰীয় ডলফিন নিধন কৰা হৈছে।

এই ঘটনাই সমগ্ৰ বিশ্বকে স্তম্ভিত কৰাই নহয় ইয়াৰ বিৰুদ্ধে বিশ্বৰ আগশাৰীৰ পৰিৱেশবিদে প্ৰতিবাদো আৰম্ভ কৰিছে। এটা পৰিৱেশ কৰ্মীৰ গোটে সাগৰৰ কাষত মৃত অৱস্থাত পৰি থকা শ শ ডলফিনৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে ফাৰো দ্বীপত চলা নাৰকীয় ঘটনা পোহৰলৈ আহে।

উল্লেখ্য ডেনমাৰ্কৰ অধীন স্বায়ত্তশাসিত অঞ্চল ফাৰো দ্বীপত অনুষ্ঠিত ‘গ্ৰিণ্ড’ নামৰ এক পৰম্পৰাগত চিকাৰ অনুষ্ঠানৰ সময়ত ডলফিন চিকাৰ কৰি নিধন কৰা হৈছিল। এনিমেল ৱেলফেয়াৰ গোট শ্বী শ্বেফাৰ্ডে ১২ ছেপ্টেম্বৰত ডলফিন চিকাৰৰ ফটো–ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

Leave A Reply

Your email address will not be published.