অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ দেশৰ ৮খন ৰাজ্যত জাৰি কৰিছে হাই এৰ্লাট

0

বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ দেশৰ ৮খন ৰাজ্যত জাৰি কৰিছে হাই এৰ্লাট। কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি এই ৰাজ্যকেইখন ২৯নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত হব প্ৰৱল বৃষ্টিপাত। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, তামিলনাডু, পুডুচেৰী, কেৰালা, অন্ধ্ৰপ্ৰদেশ, লক্ষ্যদ্বীপত প্ৰৱল বৃষ্টিপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে আৰৱ সাগৰৰ ঘূৰ্ণী বতাহৰ ফলত গুজৰাট, গোৱা আৰু মহাৰাষ্ট্ৰতো বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Leave A Reply

Your email address will not be published.