অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

নাগালেণ্ডৰ ৰাজধানী চহৰ ক’হিমাৰ ৰাজপথত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

0

মন জিলাৰ বৰ্বৰতাৰ বিৰুদ্ধে নাগালেণ্ডত (Nagaland) প্ৰতিবাদ অব্যাহত আছে। সোমবাৰে সন্ধিয়া নাগালেণ্ডৰ ৰাজধানী চহৰ ক’হিমাৰ (Kohima) ৰাজপথত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে আংগামী পাব্লিক অৰ্গেনাজেচনে। আংগামী পাব্লিক অৰ্গেনাজেচনে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীৰ প্ৰায় দুই হাজাৰ পুৰুষ. মহিলা, যুৱক, যুৱতীয়ে অংশ লয়।

পুৰনা বিধায়ক ভৱনৰ সন্মুখত কৰা এই এই প্ৰতিবাদত আংগামী, কন্যাক, লথা, চাখেচাং, জিলিয়াং, জনগোষ্ঠীৰ নেতাৰ লগতে বিভিন্ন নাগা ছাত্ৰ সংগঠনৰ নেতৃত্বই ভাষণ দিয়ে। ভাষণত সকলোৱে উত্তৰ–পূৰ্বাঞ্চলত বাহাল থকা AFSPA নামৰ ক’লা আইনখন বাতিলৰ দাবী জনায়। প্ৰতিবাদী সভাতে কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰে নেতৃবৃন্দই। তাৰ পিছতে মম জ্বলাই মৃতকৰ সদগতি কামনা কৰে আৰু প্ৰাৰ্থনা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাত নেফিউ ৰিঅ’ নেতৃত্বাধীন শাসকীয় এনডিপিপি দলৰ যুৱ বিধায়ক মেডো ইয়াখোয়েও অংশ লৈ ক’লা আইনখন বাতিলৰ জোৰদাৰ দাবী উত্থাপন কৰে।

Leave A Reply

Your email address will not be published.