অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
न्यूजीलैंड क्रिकेट टीम पाकिस्तान दौरे को बीच में ही रोककर स्वदेश लौटेगी-ডিব্রুগড়ে পোষন মাসের সচেতনতা মিছিলের শুভারম্ভ-ডিব্রুগড়ে পোষন মাসের সচেতনতা মিছিলের শুভারম্ভ-AMCH में युवराज सिंह फाउंडेशन के 50 ICU BED का विमोचन किया गया-AMCH में युवराज सिंह फाउंडेशन के 50 ICU BED का विमोचन किया गया-ঢকুৱাখনাৰ বাসুদেৱথানত ২০০ বছৰীয়া পৰম্পৰাৰে পাচতি উৎসৱ পালন-आज पीएम मोदी के 71वें जन्मदिन पर रिकॉर्ड वैक्सीनेशन का लक्ष्य रखा गया है-এটা পৰম্পৰা ৰক্ষাৰ বাবে এদিনতে প্ৰাণ দিবলগীয়া হৈছে ১৪০০ৰো অধিক ডলফিনে-स्‍वास्‍थ्‍य मंत्रालय को फेस्टिव सीजन के बाद कोरोना के मामले बढ़ने की चिंता सता रही है-ভাৰতীয় ষ্টেট বেংকত যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা লম্পট যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে

মহানগৰীৰ মাজমজিয়াৰ লেম্বৰোডত ভয়ংকৰ অগ্নিকাণ্ড

0

মহানগৰীৰ মাজমজিয়াৰ লেম্বৰোডত ভয়ংকৰ অগ্নিকাণ্ড এটা বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা

লতাশীল থানাৰ আৰক্ষীৰ তৎপৰতাত অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়। লতাশীল থানাৰ SI ভাস্কৰ বৰুৱা আৰু গৃহ আৰক্ষী সঞ্জয় দাসৰ তৎপৰতাত নিৰ্বাপন কৰা হয় জুই

বাসগৃহটোত বিদ্যুৎৰ চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড অগ্নিকাণ্ডত বাসগৃহটোৰ বহু টকাৰ সা-সম্পত্তি জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে

Leave A Reply

Your email address will not be published.