অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা

মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে

0

মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism Organization Award)ৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে। কংথং গাঁৱৰ লগতে ভাৰতৰ আৰু দুখন গাঁৱকো অন্তৰ্ভুক্ত কৰা হৈছে। মধ্য প্ৰদেশৰ লাধপুৰ খাছ আৰু তেলেংগানাৰ পোচাম্পল্লী গাঁৱকো ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই গাঁওবোৰ পৰ্যটন স্থলৰ ক্ষেত্ৰত পৰ্যটকৰ মাজত অতি জনপ্ৰিয়।

শ্ৰেষ্ঠ পৰ্যটন ভিলেজ শ্ৰেণীত মেঘালয়ৰ কংথং গাঁৱক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই মনোনীত কৰা বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই আনন্দ প্ৰকাশ কৰিছে। চাংমাই আনন্দ প্ৰকাশ কৰি লিখিছে, “মেঘালয়ৰ কংথং গাওঁখন ভাৰতৰ আন দুখন গাঁৱৰ সৈতে UNWTOৰ শ্ৰেষ্ঠ পৰ্যটন গাঁওসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। কংথং গাওঁখন শ্বিলঙৰ পৰা ৬০ কিলোমিটাৰ দূৰত অৱস্থিত। কংথং গাঁও ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অনন্য সংস্কৃতিৰ বাবে জনাজাত। এই গাওঁখনক হুইচেলিং ভিলেজ বুলিও জনা যায়। এইখন ১২ খন গাঁৱৰ ভিতৰত আছে য’ত এটা শিশু বিশেষ ধৰণৰ শব্দৰ সৈতে জন্ম হয়। এই শব্দটো শিশুটোৰ সৈতে গোটেই জীৱন ৰখা হয়।

Leave A Reply

Your email address will not be published.