অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ (Gautam Gambhir)ক আইএছআইএছ কাশ্মীৰ (ISIS Kashmir)–এ দিছে প্ৰাণে মৰাৰ ভাবুকি

0

পূব দিল্লীৰ বিজেপি সাংসদ আৰু প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ (Gautam Gambhir)ক আইএছআইএছ কাশ্মীৰ (ISIS Kashmir)–এ দিছে প্ৰাণে মৰাৰ ভাবুকি। গম্ভীৰে দিল্লী আৰক্ষীৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিছে আৰু অভিযোগ কৰিছে যে তেওঁক আইএছআইএছ কাশ্মীৰৰ ফালৰ পৰা প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হৈছে।

ডিচিপি চেন্ট্ৰেল স্বেতা চৌহানে কয় যে এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। গম্ভীৰৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

উল্লেখযোগ্য যে গৌতম গম্ভীৰে প্ৰাণে মৰাৰ ভাবুকিৰ ই–মেইল লাভ কৰিছে। এই মেইলৰ পিছত দিল্লী আৰক্ষীয়ে গৌতম গম্ভীৰৰ ঘৰৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে।

Leave A Reply

Your email address will not be published.