অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

উত্তপ্ত নাগালেণ্ড! নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৫ জনকৈ নগা যুৱক

0

শনিবাৰে মাজনিশা উত্তপ্ত হৈ পৰে নাগালেণ্ড। চুবুৰীয়া ৰাজ্যখনৰ মন জিলাৰ তিৰু আৰু ওটিং বস্তিৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ৫ জনকৈ নগা যুৱক। অসম ৰাইফলছে অতৰ্কিতে এই আক্ৰমণ চলায়। এই ঘটনাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে।

পিছে কিয় এই ঘটনা সংঘটিত হল সেই প্ৰকৃত তথ্য এই পৰ্যন্ত পোহৰলৈ অহা নাই। উত্তেজিত নগা জনসাধাৰণে অগ্নি সংযোগ কৰে নিৰাপত্তাৰক্ষীৰ বাহনত। ঘটনাত এজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ সন্দেহ কৰা হৈছে। হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.