অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

জিএমচিএইচত হ’ব নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল

0
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কাম আৰম্ভ হ’ব।
  • ফেব্ৰুৱাৰী মাহত কাম আৰম্ভ হ’ব এই স্পেচিয়েলিটী হাস্পতালখনৰ।
  • অনলাইন যোগে ৰোগীয়ে পঞ্জীয়ন কৰিব পাৰিব।
  • ৰোগীৰ আত্মীয়ই আৰু দীঘলীয়া শাৰী পাতিব নালাগে।
  • শীঘ্ৰেই জিএমচিএইচত হ’ব এই অত্যাধুনিক ব্যৱস্থা।
  • হাস্পতাল কৰ্তৃপক্ষই ল’ব পাৰিব ঠিকাভিত্তিক কৰ্মচাৰীকো।
  • স্থায়ী কৰ্মচাৰীৰ সমানে বেতন দিয়া হ’ব ঠিকাভিত্তিক কৰ্মচাৰীক।
  • সংবাদমেলত এই কথা জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই
Leave A Reply

Your email address will not be published.