অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

অৱশেষত অসম পালেহি অমিক্ৰন

0

অৱশেষত অসম পালেহি অমিক্ৰন। অমিক্ৰনত আক্ৰান্ত প্ৰথমগৰাকী অসমৰ ব্যক্তি সোণাপুৰত চিনাক্ত হৈছে। সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাড়াতীয়া হিচাপে থকা মুন্না দাস আৰু পুৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমণ।

কৰ্মসুত্ৰে মুম্বাইত কৰ্মৰত মুন্না দাসৰ পৰিয়ালটো কিছু দিন পূৰ্বে মেঘালয়লৈ গৈছিল। আৰু যোৱা ২১ ডিচেম্বৰত মেঘালয়ত কোভিড -১৯ পৰীক্ষা কৰাত অমিক্ৰন সংক্ৰমণৰ কথা ধৰা পৰে। পাছত পৰিয়ালৰটোৱে সোণাপুৰৰ মৈৰাকুছিস্থিত ভাৰাঘৰত আশ্ৰয় লয়।

বৰ্তমান ভাৰাঘৰটোত উপস্থিত হয় চিকিৎসা কৰ্মীৰ লগতে সোণাপুৰ আৰক্ষী। অমিক্ৰন সংক্ৰমিত হোৱা বুলি জনাৰ পিছতো কিশোৰজনে চিকিৎসাকৰ্মীক যোগাযোগ নকৰি পলায়ন কৰে। বৰ্তমান সোণাপুৰ আৰক্ষীয়ে ল’ৰাজনৰ সন্ধান অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.