অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

মেঘালয়ত ভয়ংকৰ দুৰ্ঘটনা

0

মেঘালয়ত ভয়ংকৰ দুৰ্ঘটনা। নদীত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। এই দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ উপৰি ১৬জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। মেঘালয়ৰ তুৰাৰ পৰা শ্বিলঙলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, উদ্ধাৰ অভিযান অব্যাহত আছে। বুধবাৰে নিশা ১১.৪৫ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ইষ্ট গাৰো হিল্ছ আৰু ৱেষ্ট খাচী হিলছ জিলাৰ সীমান্তৰ নংশ্ৰামৰ ৰিংডি নদীত বাগৰি পৰে বাছখন।

Leave A Reply

Your email address will not be published.