অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা

ডা: সত্যজ্যোতি দত্তৰ দেহাৱসান

0

ডা: সত্যজ্যোতি দত্তৰ দেহাৱসান। ডিব্ৰুগড় নিৱাসী শিৱসাগৰত জন্ম গ্ৰহন কৰা তথা অসম চিকিৎসা মহাবিদ্যলয়ৰ ENT বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ডা: সত্যজ্যোতি দত্তৰ আজি পুৱতি নিশা প্ৰায় ২ মান বজাত ৭৪ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেখেতে পত্নী ডা: বিজয়লক্ষী পাঠক স্ত্ৰী বিভাগৰ অৱসৰ প্ৰাপ্ত Associate Professor আৰু দুগৰাকী কন্যাৰ লগতে নাতি নাতিনী ইহ সংসাৰত এৰি থৈ যায় । তেখেতৰ মৃত্যুত ডিব্ৰুগড় তথা সমগ্ৰ অসমবাসীয়ে এতিয়া শোক প্ৰকাশ কৰিছে

Leave A Reply

Your email address will not be published.