অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান-আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম-BARTALAAP EPI 11th - PART 2-কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ (Coronavirus Omicron)ক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ-হিন্দুস্তান ইউনিলিভার লিমিটেড এবং আইটিসি লিমিটেডের সাবান এবং ডিটারজেন্ট পাউডার-সহ নির্দিষ্ট কয়েকটি প্রোডাক্টের দাম বাড়ানো হয়েছে-বিসিসিআই কোষাধ্যক্ষ অরুণ ধুমাল (Arun Dhumal) জানিয়ে দিলেন যে, পূর্ব নির্ধারিত সূচি অনুযায়ী খেলা হবে-ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন-বিশ্বত আকৌ কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ আতংক-প্রো কাবাডি লিগ সিজন -৮ আগামী ২২ শে ডিসেম্বর থেকে উদ্যান নগরী বেঙ্গালুরুতে শুরু হচ্ছে

মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0

ৰাসৰ বতৰত মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মামাজুলীত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  উদযাপন সমিতিসমূহলৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায়।

উল্লেখ্য যে,  মাজুলীৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত NDRF আৰু SDRFৰ ২০৯গৰাকী বিষয়া-কৰ্মচাৰীয়ে উদ্ধাৰ অভিযানত অংশ লৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই NDRF , SDRF তথা আৰক্ষী , প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকললৈ কৃতজ্ঞতা জনায়। দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ অভিযানত সহায় কৰা ৫০ গৰাকী লোকক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জনোৱাৰ লগতে ২৫ হাজাৰকৈ টকা পুৰস্কাৰ হিচাপে আগবঢ়ায়।

Leave A Reply

Your email address will not be published.