অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পুনৰ নিমাতী ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)-আজি প্ৰকাশ পাব দুৰ্গা পূজাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিবলগীয়া নতুন SOP-রয়্যাল চ্যালেন্জার্স ব্যাঙ্গালোরের (RCB)হয়ে অনুশীলন ম্যাচে মাঠে নেমেই ঝড় তুললেন এবি ডিভিলিয়ার্স (AB de Villiers)-আফগানিস্তানের অর্থনীতি ধ্বংসের মুখে-আফগানিস্তানের অর্থনীতি ধ্বংসের মুখে-चिल्ली में रहस्यमयी बुखार के कारण पिछले 10 दिनों में आठ बच्चों की मौत-টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে

পুনৰ নিমাতী ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)

0

পুনৰ নিমাতী ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)। ৬ দিন পূৰ্বে ৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে দুৰ্ঘটনাৰ (Assam Boat Accident) পিছদিনা হিমন্ত বিশ্ব শৰ্মা গৈছিল নিমাতী ঘাটলৈ (Nimati Ghat)।

অভিশপ্ত বুধবাৰে নাও দুৰ্ঘটনাৰ (Assam Boat Accident) পিছত বৃহস্পতিবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ইঞ্জিনৰ নাও বন্ধকে ধৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছিল। সেই নিৰ্দেশনাসমূহ সূচাৰুৰূপে পালন হৈছে নে নাই জল পৰিবহণ বিভাগ আৰু প্ৰশাসনে কি কি ব্যৱস্থা হাতত লৈছে সেয়া চাবলৈ আজি পুনৰ নিমাতী ঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। ফেৰী চলাচল আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ নিমিত্তে জল পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা লোৱা কেতবোৰ পদক্ষেপৰ বিষয়ে বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.