অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী (Sourav Ganguly) আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত

0

বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী (Sourav Ganguly) আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। বৰ্তমান তেওঁ আইছ’লেচনত আছে। গাংগুলী কলকাতাৰ উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গাংগুলীক কোভিড–১৯ টেষ্ট ৰিপ’ৰ্ট সোমবাৰে নিশা পজিটিভ আহিছিল। গাংগুলীয়ে এই বছৰটোত দ্বিতীয়বাৰৰ বাবে ভৰ্তি হ’বলগীয়া হ’ল হাস্পতালত।

সৌৰভ গাংগুলীয়ে কোৰোণাৰ দুয়োপালি ভেকচিন ইতিমধ্যে গ্ৰহণ কৰিছে আৰু ধাৰাবাহিকভাৱে যাত্ৰা কৰি আছিল। তেওঁক সোমবাৰে নিশা সাৱধানতাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁৰ আৰটিপিচিআৰ টেষ্ট পজিটিভ আহে। বিচিচিআইৰ সূত্ৰই কয়, ‘‘তেওঁক উডলেণ্ড নাৰ্ছিং হোমলৈ নিয়া হৈছে। তেওঁৰ স্বাস্থ বৰ্তমান সুস্থিৰ।’’ গাংগুলীক এই বছৰৰ আৰম্ভণিতে দুবাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাৰ্টৰ সমস্যাৰ বাবে তেওঁৰ এঞ্জিয়’প্লাষ্টি কৰোৱা হৈছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ স্নেহাশীষ গাংগুলীও এই বছৰত কোৰোণাত আক্ৰান্ত হৈছিল।

Leave A Reply

Your email address will not be published.