অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
डिब्रूगढ़ बाईपास पर रॉकेट लॉन्चर बरामद-डिब्रूगढ़ बाईपास पर रॉकेट लॉन्चर बरामद-অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰাক সাহসী সাংবাদিকতা বঁটা প্ৰদান-অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰাক সাহসী সাংবাদিকতা বঁটা প্ৰদান-অসমৰ এগৰাকী বিশিষ্ট অধিবক্তা নিলয় দত্তৰ দেহাৱসান-AMCH के प्राचार्य डॉ संजीव काकोति की शारीरिक स्थिति नाज़ुक-AMCH के प्राचार्य डॉ संजीव काकोति की शारीरिक स्थिति नाज़ुक-ভৱেশ কলিতা-অসমের প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোয়ালকে (Sarbananda Sonowal) এবার রাজ্যসভায় পাঠাচ্ছে বিজেপি-विराट कोहली ने टी20 फॉर्मेट में टीम इंडिया की कप्तानी छोड़ने का किया ऐलान

ৰূপহীহাটৰ ভেলগুৰি গাঁৱৰ বড়ো লোক সকলে উদযাপন কৰিলে বাথৌ দিৱস

0

অসম দৰ্শন, ২৭ জানুৱাৰী : মাঘ মাহৰ দ্বিতীয়টো মঙ্গলবাৰে পালন কৰা হয় বাথৌ দিৱস বা বাথৌচান | বড়ো লোক সকলে শ-শ বছৰ ধৰি পালন কৰি আহিছে এই দিৱসটি | ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল, ভূটান, বাংলাদেশৰ বড়ো লোক সকলে পৰম্পৰাগত ভাৱে পালন কৰে এই বাথৌ দিৱসটি | নগাঁও জিলাৰ ৰূপহীহাটৰ ভেলগুৰি গাঁৱত বড়ো লোক সকলে উদযাপন কৰে এই দিৱসটি | পুৱাৰ ভাগত পাঁচটা ৰঙৰে অৰ্থাৎ বায়ু, পানী, অগ্নি, সূৰ্য্য আৰু পৃথিৱী অৰ্থ বজোৱা পতাকা উত্তোলন কৰে সদৌ অসম টাইবেল সংঘৰ সচিব প্ৰধান আদিত্য খাকলাৰী | এই কাৰ্য্যসূচীৰ আগদৰে স্থানীয় বিশিষ্ট সমাজসেৱক হৰকেশ্বৰ দৈমাৰী | বাথৌ ধৰ্মৰ মূল বৃক্ষ সিজু গছত পুজা অৰ্চনা কৰাৰ লগতে পুথি পাঠ কৰে ভক্ত সকলে | উক্ত অনুষ্ঠানটিত গাঁওখনৰ সৰু-বৰ, ডেকা-গাভৰু, মহিলাৰ লগতে সদৌ টাইবেল সংঘৰ সাংগঠনিক সম্পাদক উমানন্দ খাগলাৰীয়ে অংশ গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.