অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
Mamata Banerjee: আগামী ১৫ নভেম্বর থেকে রাজ্যে খুলে দেওয়া হবে স্কুল-টি–২০ বিশ্বকাপৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক-শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই-ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ দেওবাৰে (IND vs PAK T20 World Cup 2021) অনুষ্ঠিত হ'ব-ৰে'ল পথৰ বৈদ্যুতিকীকৰণ কৰি অসমক আত্মনিৰ্ভৰ কৰাৰ বাবে মােদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আজি বাস্তৱ ৰূপ লাভ কৰিছে-কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছে-এবার শাহরুখ খানের (Shah Rukh Khan) বাড়িতে নারকোটিক্স কন্ট্রোল ব্যুরো (NCB)-ভাৰতে 'এক বিলিয়ন' টিকাকৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে-গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প-আজি লক্ষ্মীপূজা

চিৰাং জিলাৰ বিজনী চহৰৰ এক ব্যতিক্ৰমী পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে

0

চিৰাং জিলাৰ বিজনী চহৰৰ এক ব্যতিক্ৰমী পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শনাৰ্থীৰ। বিজনীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভেটাগাঁও সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে নিৰ্মাণ কৰি উলিয়াইছে দৈত্য আকৃতিৰ দুৰ্গা পূজা মণ্ডপ

ইয়াৰ উপৰিও মাতা বৈষ্ণো দেৱীৰ মন্দিৰৰ আৰ্হিৰে প্ৰতিমা প্ৰতিষ্ঠা কৰা হৈছে ৷  য’ত কাৰিকৰী প্ৰযুক্তিৰে দৰ্শনাৰ্থীসকলে বৈষ্ণো দেৱী মন্দিৰ দৰ্শনৰ যাত্ৰাকালৰ  প্ৰতিকী প্ৰতিমূৰ্তিও উপস্থাপন কৰা হৈছে। আনফালে মণ্ডপৰ প্ৰতিমাসমূহত বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ পাৰ পৰিধান কৰাই সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰা বুলি পূজা সমিতিয়ে জানিব দিছে ।

Leave A Reply

Your email address will not be published.