অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
পাকিস্তানৰ বিখ্যাত আনাৰকলি বজাৰ অঞ্চলত বোমা বিস্ফোৰণ-পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ-গণৰাজ্য দিৱস সমাগত, খাদী বৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-অসম চৰকাৰে কোভিড আক্ৰান্তৰ বাবে সংশোধিত গাইড লাইন জাৰি কৰিছে-চীনে কৃত্ৰিম সূৰ্যৰ পিছত এতিয়া নকল চন্দ্ৰ (Artificial Moon) নিৰ্মাণ কৰিছে-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান-দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে-নামনিৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন

উত্তপ্ত পৰিস্থিতিৰ মাজত লোকসভাত বাতিল হ’ল কৃষি আইন

0
  • লোকসভাত কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক গৃহীত।
  • সদনৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে গৃহীত বিধেয়কখন।
  • কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে উত্থাপন কৰিছিল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।
  • বিধেয়কখন উত্থাপন কৰাৰ লগে লগে সদনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি।
  • বিৰোধীয়ে উক্ত আইনক লৈ আলোচনা হোৱাটো বিচাৰিছিল।
  • ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সদনত।
  • ধ্বনি ভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।
Leave A Reply

Your email address will not be published.