অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা- আজি পৱিত্ৰ গণেশ চতুৰ্থী-इस बार प्याज की महंगाई त्योहारों का स्वाद कड़वा कर सकती है-অসমে শারদীয় দুর্গা পূজা উৎসব পালিত হবে

মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে

0

নিমাতীঘাত নাও দুর্ঘটনাৰ পিছতে সন্ধানহীন হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাক লৈ কৌতূহল চলি থকাৰ মাজতে আজি দক্ষিণ মাজুলীৰ ভেকেলী চাপৰিত প্ৰত্যক্ষ কৰা গৈছে এটা মৃতদেহ। উদ্ধাৰ হোৱা এই মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে।

অৱশ্যে এতিয়াও মৃতদেহটো  চিনাক্ত হোৱা নাই। স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে প্ৰশাসনক। NDRF, SDRFৰ দল ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে।
পিন্ধি থকা কাপোৰ আৰু হাতত থকা টাটুলৈ চাই এয়া বিক্ৰমজিৎ বুলি সন্দেহ কৰা হৈছে। মৃতদেহৰ পিন্ধনত আছিল নীলা টিছাৰ্ট আৰু ক’লা পেণ্ট। প্ৰায় উৱলি গৈছে উদ্ধাৰ হোৱা মৃতদেহটো।

Leave A Reply

Your email address will not be published.