অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
New Education Policyৰ ভিতৰত ৩ হাজাৰ হাইস্কুলক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ উন্নীত কৰা হ'ব-পুনৰ নিমাতী ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)-আজি প্ৰকাশ পাব দুৰ্গা পূজাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিবলগীয়া নতুন SOP-রয়্যাল চ্যালেন্জার্স ব্যাঙ্গালোরের (RCB)হয়ে অনুশীলন ম্যাচে মাঠে নেমেই ঝড় তুললেন এবি ডিভিলিয়ার্স (AB de Villiers)-আফগানিস্তানের অর্থনীতি ধ্বংসের মুখে-আফগানিস্তানের অর্থনীতি ধ্বংসের মুখে-चिल्ली में रहस्यमयी बुखार के कारण पिछले 10 दिनों में आठ बच्चों की मौत-টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ

New Education Policyৰ ভিতৰত ৩ হাজাৰ হাইস্কুলক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ উন্নীত কৰা হ’ব

0

New Education Policyৰ ভিতৰত ৩ হাজাৰ হাইস্কুলক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ উন্নীত কৰা হ’ব। ২০২২ চনৰ ভিতৰত এই পদক্ষেপ লোৱা হ’ব বুলি ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma)। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত বিশ্ববিদ্যালয়ৰ সংখ্যাও বৃদ্ধি হ’ব বুলি প্ৰকাশ কৰে।

যোৰহাটৰ কলিয়াপানীত আইন মহাবিদ্যালয় স্থাপনক লৈ অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে এই কথা। ৰাজ্যত আৰু ৯ খন আইন মহাবিদ্যালয় হ’ব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.