অসম আদিত্য - দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী
শেহতীয়া খবৰ
টোকিও অলিম্পিক্সে নীরজ চোপড়ার কোচের পারফরম্যান্সে খুশি নয় অ্যাথলেটিক্স ফেডারেশন অফ ইন্ডিয়া (এএফআই)-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-ৰাজ্যত প্ৰদান কৰা হ’ল ২ কোটি ভেকচিনৰ ড’জ-মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰএটা মৃতদেহ, মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে-অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ লীলা গগৈৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা গগৈৰ দেহাৱসান-মেঘালয় (Meghalaya)ৰ কংথং গাওঁখনক শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে-टोक्यो पैरालंपिक में कमाल दिखाने वाले खिलाड़ियों की प्रधानमंत्री नरेंद्र मोदी से मुलाकात-নিমাতীঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে মাজুলী (Majuli)লৈ প্ৰথমবাৰৰ বাবে চলিল অত্যাধুনিক ৰো-পেক্স (Ro-Pax)জাহাজ-ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ-NIRF-এ প্ৰকাশ কৰিলে দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ তালিকা

অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত শিহৰণকাৰী ঘটনাৰ সাক্ষী হ’ল নাজিৰা মহকুমাৰ এজন ব্যক্তি ,

0

অসম-মিজোৰাম সীমান্তৰ লাইলাপুলত সংঘটিত বিবাদক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীৰ নিৰ্বিচাৰ গুলি চালনাৰ ফলত ৬ জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে।ৰাজ্যৰ বিভিন্ন দল-সংগঠনে মিজোৰাম আৰক্ষীক গৰিহণা প্ৰদান কৰিছে। অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীৰ ধাৰসাৰ গুলী বৰ্ষনত গুৰুত্বৰ ভাৱে আহত হৈছিল নাজিৰা চানেবচাৰ এজন ব্যক্তিও। নাজিৰা চানবচাৰ মহেন্দ্ৰ চেতিয়া নামৰ ব্যক্তিজন অসম আৰক্ষী জোৱানত কৰ্মৰত এজন ব্যক্তি। মহেন্দ্ৰ চেতিয়াও নামি পৰিছিল লাইলাপুলৰ সেই শিহৰণকাৰী যুদ্ধত। বাওঁ ভৰিত গুলী লাগি গুৰুত্বৰ ভাৱে আহত হৈ অচেতন হৈ পৰিছিল মহেন্দ্ৰ চেতিয়া। এক শিহৰণ কাৰী ঘটনাৰ সন্মুখীন হ’ব লগীয়া হৈছিল নাজিৰা চানবেচাৰ মহেন্দ্ৰ চেতিয়া। ইয়াৰ পিছতেই শিলচৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন থকাৰ পিছত অবধ আসাম এক্সপ্ৰেছে শিমলুগুৰি জংচনত নামি নাজিৰাৰ চানবচাৰ আপোন ঘৰখনলৈ উভতি আহে মহেন্দ্ৰ চেতিয়া ।

Leave A Reply

Your email address will not be published.